খানাপাৰাত ড্ৰাগছসহ মহিলা আটক...
খানাপাৰাত ড্ৰাগছসহ মহিলা আটক... 
গুৱাহাটী

খানাপাৰাত ড্ৰাগছসহ মহিলা আটক...

Asomiya Pratidin
  • পুৱাই মহানগৰীত STFৰ ড্রাগছ বিৰোধী অভিযান।

  • খানাপাৰাৰ পৰা ড্রাগছসহ গ্রেপ্তাৰ এগৰাকী মহিলাক।

  • মহিলাগৰাকীৰ পৰা জব্দ ৫৬টা ড্রাগছভৰ্তি কণ্টেইনাৰ।

  • ধৃত মহিলাগৰাকী বৰাগাঁৱৰ চুন বানু বেগম।

  • সম্প্রতি মহিলাগৰাকীক জেৰা অব্যাহত বশিষ্ঠ আৰক্ষীৰ।