গুৱাহাটী

গুৱাহাটীত পুনৰ ফাটিল পানীৰ পাইপ

Asomiya Pratidin
  • গুৱাহাটীত পুনৰ ফাটিল পানীৰ পাইপ

  • খাৰঘুলি,ৰাজগড়ৰ পাচত শিলপুখুৰীত ফাটিল পাইপ

  • দেওবাৰে পুৱা প্ৰায় ৬ বজাত শিলপুখুৰীত পানীৰ পাইপ ফাটি সৃষ্টি হয় আতংকৰ

  • জলমগ্ন সমগ্ৰ অঞ্চল

  • অভিযোগ অনুসৰি খবৰ দিয়াৰ পিচতো অহা নাই জল ব'ৰ্ডৰ কৰ্মী।