গুৱাহাটী

মহানগৰীৰ ৰাজপথৰ ডিভাইডাৰত উঠিল বাহন

Asomiya Pratidin
  • মহানগৰীৰ ৰাজপথৰ মাজৰ ডিভাইডাৰত উঠিল বাহন

  • লালমাটিৰ পৰা হাতীগাঁও অভিমুখী পথৰ মাজৰ বিদ্যামন্দিৰৰ কাষত সংঘটিত হৈছে এই ঘটনা

  • এখন বগা ৰঙৰ চুইফট বাহন ৰাজপথৰ মাজৰ ডিভাইডাৰত উঠে

  • বাহনখনত আছিল শিশু-মহিলাসহ প্ৰায় ৪গৰাকী লোক

  • সৰুসজাই ষ্টেডিয়ামৰ পৰা আহি আছিল বাহনখন

  • চালকগৰাকীয়ে পথৰ মাজৰ চাপৰ ডিভাইডাৰ নেদেখাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়

  • দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এ এছ ০১ ডি ডব্লিঅ'-৭৯০৬

  • বাহনখনত থকা এটি শিশুৱে আঘাত পাইছে বাওঁ ভৰিত

  • ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে যান-বাহন আৰক্ষী।