পুনৰ মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত চোৰৰ লুটপাত...
পুনৰ মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত চোৰৰ লুটপাত... 
গুৱাহাটী

পুনৰ মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত চোৰৰ লুটপাত...

Asomiya Pratidin
  • মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত চোৰৰ লুটপাত।

  • নুনমাটিৰ ফৰেষ্টগেটৰ যুৱনগৰত এই চুৰিকাণ্ড।

  • যুৱনগৰ নামঘৰৰ পৰা লুটি নিলে নগদ ধনসহ বহু সা-সামগ্রী।

  • নামঘৰৰ লগতে লাগি থকা লক্ষ্মী মন্দিৰ আৰু শিৱ মন্দিৰটো চলালে লুটপাত।

  • ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল।