গুৱাহাটী

শহুৰেকৰ ঘৰত আহি যুৱকৰ চিপ লৈ আত্মহত্যাৰ চেষ্টা

Asomiya Pratidin
  • গুৱাহাটী মহানগৰীত বাল্য বিবাহৰ ঘটনাৰ ভয়ংকৰ পৰিণতি

  • শহুৰেকৰ ঘৰত আহি যুৱকৰ চিপ লৈ আত্মহত্যাৰ চেষ্টা

  • মহানগৰীৰ বশিষ্ঠৰ বৰপথাৰত সংঘটিত এই ঘটনা

  • ধিঙৰ যুৱকৰ আত্মহত্যাৰ চেষ্টা গুৱাহাটীৰ শহুৰেকৰ ঘৰত

  • আত্মহত্যাৰ চেষ্টা কৰা যুৱকজনৰ নাম অংকুৰ নাথ

  • অংকুৰ নাথ নামৰ যুৱকজনৰ বয়স ১৮ বছৰ

  • জানিব পৰা মতে অংকুৰ নাথৰ পত্নীৰ বয়স ১৬ বছৰ

  • যুৱকজনক সংকটজনক অৱস্থাত হেলথ চিটী হাস্পতালত ভৰ্তি।