গুৱাহাটী

শৰাইঘাট দলঙত পুনৰ অঘটন

Asomiya Pratidin
  • শৰাইঘাট দলঙত পুনৰ অঘটন।

  • শৰাইঘাট দলঙৰ পৰা ব্রহ্মপুত্রত জাঁপ এজনৰ।

  • দলঙৰ ওপৰত উদ্ধাৰ এখন ৱেগনআৰ বাহন।

  • লগতে উদ্ধাৰ ৰাজব্রত বৰা নামৰ লোকজনৰ আধাৰ কাৰ্ড।

  • উদ্ধাৰ হোৱা বাহনখনৰ পঞ্জীয়ন নং– AS01 AG 5321।

  • ব্রহ্মপুত্রত লোকজনৰ সন্ধানত নদী আৰক্ষীৰ অভিযান।