পলাশবাৰীত পথ দুৰ্ঘটনাঃ নিহত বাইক আৰোহী...
পলাশবাৰীত পথ দুৰ্ঘটনাঃ নিহত বাইক আৰোহী... 
গুৱাহাটী

পলাশবাৰীত পথ দুৰ্ঘটনাঃ নিহত বাইক আৰোহী...

Asomiya Pratidin
  • পলাশবাৰীৰ ৰাণীত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • নিয়ন্ত্রণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা মাৰে দুজন বাইক আৰোহীয়ে।

  • দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী।

  • নিহত বাইক আৰোহীজন চুনু ঠাকুৰীয়া বুলি চিনাক্ত।

  • আনজন বাইক আৰোহী গুৰুতৰভাৱে আহত।

  • সংকটজনক অৱস্থাত আহতজনক হেলথ চিটি হাস্পতালত ভৰ্তি।