মিৰ্জাত পথ দুৰ্ঘটনাঃ ৫ জন আহত, ২ জনৰ অৱস্থা সংকটজনক...
মিৰ্জাত পথ দুৰ্ঘটনাঃ ৫ জন আহত, ২ জনৰ অৱস্থা সংকটজনক... 
গুৱাহাটী

মিৰ্জাত পথ দুৰ্ঘটনাঃ ৫ জন আহত, ২ জনৰ অৱস্থা সংকটজনক...

Asomiya Pratidin
  • মিৰ্জাত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • মিৰ্জা চানডুবি সংযোগী পথত সংঘটিত হৈছে এই দুৰ্ঘটনা।

  • দুখন বাইকৰ মুখামুখি সংঘৰ্ষত আহত ৫জন।

  • দুজনৰ অৱস্থা অতি সংকটজনক।

  • তেওঁলোক দুজন ক্ৰমে পৱন দাস আৰু বাহাৰুল ইছলাম।

  • দুয়োকে প্ৰেৰণ কৰা হৈছে GMCHলৈ।