গুৱাহাটী

পানীখাইতিত ভয়ংকৰ অগ্নিকাণ্ড

Asomiya Pratidin
  • গুৱাহাটীৰ পানীখাইতিত ভয়ংকৰ অগ্নিকাণ্ড

  • হাতীশিলাৰ গণেশ মন্দিৰৰ সমীপৰ পাহাৰত এই অগ্নিকাণ্ড

  • কোনো দুষ্ট লোকে পাহাৰত অগ্নিসংযোগ কৰাৰ সন্দেহ

  • বনজুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সমগ্র অঞ্চলটোলৈ

  • শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ

  • জুই সম্প্রসাৰিত হৈছে নাৰেংগী-চন্দ্রপুৰ ঘাইপথৰ কাষলৈ

  • ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণৰ চেষ্টা অব্যাহত।