গুৱাহাটী

মহানগৰীত অঘটন, পূৰ্বে ভাড়াত থকা বাসগৃহলৈ গৈ আত্মহত্যা এজনৰ...

Asomiya Pratidin
  • মহানগৰীত অঘটন ।

  • নুনমাটিৰ বিষ্ণু ৰাভা নগৰত আত্মহত্যাৰ ঘটনা ।

  • ঘৰৰ বাৰাণ্ডাত চিপ ল'লে এজন লোকে ।

  • আত্মহত্যা কৰা লোকজনৰ নাম হৈছে ৰমেশ ডেকা।

  • গুৱাহাটী শোধনাগাৰৰ ঠিকা ভিত্তিক কৰ্মচাৰী আছিল ডেকা।

  • ডেকাৰ ঘৰ বৰপেটাত।

  • পূৰ্বে পৰিয়ালসহ ভাড়াত থকা বাসগৃহলৈ আহি আত্মহত্যা ।

  • বৰ্তমানে বেলেগৰ ঘৰত ভাড়াত আছিল ব্যক্তিজন।