কৃত্ৰিম বানৰ কৱলত পৰা গুৱাহাটীত ভূমিস্খলন...
কৃত্ৰিম বানৰ কৱলত পৰা গুৱাহাটীত ভূমিস্খলন... 
গুৱাহাটী

কৃত্ৰিম বানৰ কৱলত পৰা গুৱাহাটীত ভূমিস্খলন...

Asomiya Pratidin
  • গুৱাহাটীত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন।

  • বামুণীমৈদামত খহি পৰিল পাহাৰ।

  • ভূমিস্খলনত এটা বাসগৃহৰো ক্ষতিসাধন।

  • আকাশীপথত সংঘটিত হৈছে এই ঘটনা।

  • নিশাৰে পৰা পুুৱালৈকে অহা মুষলধাৰ বৰষুণৰ বাবেই সংঘটিত এই ঘটনা।

  • কৃত্ৰিম বানৰ কৱলত পৰা গুৱাহাটীৰ আন আন স্থানত অনুৰূপ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা।