মহানগৰীত ভূমিস্খলনঃ কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ...
মহানগৰীত ভূমিস্খলনঃ কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ... 
গুৱাহাটী

মহানগৰীত ভূমিস্খলনঃ কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ...

Asomiya Pratidin
  • নিশা অহা মুষলধাৰ বৰষুণত গুৱাহাটীত কৃত্ৰিম বান।

  • তাৰ মাজতে মহানগৰীৰ জু-নাৰেংগী ৰোডৰ ভাস্কৰ নগৰত ভূমিস্খলন।

  • দেৱাল আৰু মাটি খহি পৰিল মানুহৰ ঘৰত।

  • ফলত বিস্তৰ ক্ষতিৰ সন্মুখীন এটা পৰিয়াল।

  • কথমপি প্রাণ ৰক্ষা ঘৰৰ গৰাকীৰ।

  • এই পৰ্যন্ত ঘটনাস্থলীত উপস্থিত হোৱা নাই প্রশাসনৰ লোক।