নিশা মহানগৰীত ভূমিকেন্দ্রিক সংঘাতঃ মাতৃ-পুত্ৰই মাৰপিট কৰিলে যুৱকক...
নিশা মহানগৰীত ভূমিকেন্দ্রিক সংঘাতঃ মাতৃ-পুত্ৰই মাৰপিট কৰিলে যুৱকক... 
গুৱাহাটী

নিশা মহানগৰীত ভূমিকেন্দ্রিক সংঘাতঃ মাতৃ-পুত্ৰই মাৰপিট কৰিলে যুৱকক...

Asomiya Pratidin
  • নিশা মহানগৰীৰ মালিগাঁও চাৰিআলিত ভয়ংকৰ ঘটনা।

  • ভূমিকেন্দ্রিক সংঘাতৰ বাবে যুৱকক মাৰপিট।

  • মাতৃ-পুত্রই এজন যুৱকক আক্রমণ কৰাৰ অভিযোগ।

  • গুৰুতৰভাৱে আঘাতপ্রাপ্ত দীপজ্যোতি দাস নামৰ যুৱকজন।

  • অভিযুক্ত মাতৃ-পুত্রৰ নাম ভানুপ্রভা দাস আৰু প্রণৱজ্যোতি দাস।

  • আহত যুৱকজন বৰ্তমান এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন।

  • মাতৃ-পুত্রৰ বিৰুদ্ধে জালুকবাৰী থানাত এজাহাৰ দাখিল দীপজ্যোতিৰ পৰিয়ালৰ।