/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e0398a97-37ed-4c22-8731-e4d6965b52f3/police_11.jpg)
শ্ৰমিক, ঠিকাদাৰক নিশাৰ গুৱাহাটীত ট্ৰেফিক আৰক্ষীৰ প্ৰহাৰ...
-
গুৱাহাটী মহানগৰীৰ উলুবাৰীত নিশা উত্তেজনা।
-
আৰক্ষীয়ে কৰ্মৰত শ্রমিক-ঠিকাদাৰক প্রহাৰ কৰাৰ অভিযোগ।
-
পল্টন বজাৰ থানাৰ দুই যানবাহন আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ।
-
যানবাহন আৰক্ষী কেইগৰাকীয়ে শ্রমিক আৰু ঠিকাদাৰক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ।
-
কেমেৰাত বন্দী হৈছে আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰ দৃশ্য।
-
সুৰাপান কৰি আৰক্ষীয়ে প্রহাৰ কৰাৰ অভিযোগ শ্ৰমিক আৰু ঠিকাদাৰক।