গুৱাহাটী

আটকাধীন কৃষক মুক্তিৰ সাধাৰণ সম্পাদকসহ আন এজনক গ্রেপ্তাৰ

Asomiya Pratidin
  • কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।

  • লগতে গ্রেপ্তাৰ কৰিছে কৃষক মুক্তিৰ গুৱাহাটী সমিতিৰ সম্পাদক আকাশ দলেক।

  • পুৱাৰ ভাগত শিলসাঁকোৰ উচ্ছেদস্থলীত আটক কৰিছিল দুয়োকে।

  • বৰ্তমান দুয়োকে গ্রেপ্তাৰ কৰি লৈ যোৱা হৈছে সোণাপুৰ থানালৈ।

  • উল্লেখ্য শিলসাঁকোৰ উচ্ছেদস্থলীৰ পৰা আটকাধীন মহিলাসকলক চতুৰ্থ এপিবিএনৰ কেম্পত ৰখা হৈছে।