জাইকাৰ গাফিলতিঃ গুৱাহাটীত পুনৰ ফুটিল পানীৰ পাইপ...
জাইকাৰ গাফিলতিঃ গুৱাহাটীত পুনৰ ফুটিল পানীৰ পাইপ... 
গুৱাহাটী

জাইকাৰ গাফিলতিঃ গুৱাহাটীত পুনৰ ফুটিল পানীৰ পাইপ...

Asomiya Pratidin
  • মহানগৰীৰ ৰাজপত পুনৰ ফুটিল পানীৰ পাইপ।

  • এইবাৰ স্থান গান্ধীবস্তি টিনিআলি।

  • পানীৰ পাইপ ফুটি কৃতিম বান পানী সদৃশ পৰিস্থিতি।

  • জানিব পৰা মতা নিশা জাইকাৰ লোকে কৰিছিল পাইপ মেৰামতিৰ কাম।

  • জাইকাৰ বিৰুদ্ধে কামত গাফিলতিৰ অভিযোগ।

  • মেৰামতিৰ কামত গাফিলতি হোৱাৰ বাবেই এইদৰে ফুটিল পানীৰ পাইপ।

  • ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজৰ মাজত হাহাকাৰ।