৩১ ডিচেম্বৰ ভুলতো নকৰিব এই কামঃ সষ্টম মহানগৰ আৰক্ষী...
৩১ ডিচেম্বৰ ভুলতো নকৰিব এই কামঃ সষ্টম মহানগৰ আৰক্ষী... 
গুৱাহাটী

৩১ ডিচেম্বৰ ভুলতো নকৰিব এই কামঃ সষ্টম মহানগৰ আৰক্ষী...

Asomiya Pratidin
  • গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদ মেল।

  • ৩১ ডিচেম্বৰৰ বাবে কেইবাটাও নীতি নিৰ্দেশনা।

  • কোনো লোকে সুৰাপান কৰি চলাব নোৱাৰিব বাহন।

  • সকলোকে আইন মালি চলাৰ আহ্বান।

  • গুৱাহাটীৰ সকলো স্থানতে আৰক্ষীয়ে চলাব অভিযান।

  • সুৰাপন কৰি গাড়ী চলালে বাতিল হ'ব অনুজ্ঞাপত্ৰ।

  • একেদৰে বাতিল হ'ব বাহনৰ আৰ চি।

  • বাৰ, ৰেষ্টুৰেণ্ট সমূহো বন্ধ কৰিব লাগিব নিৰ্ধাৰিত সময়ত।

  • অসামৰিক পোচাকতো আৰক্ষীয়ে চলাব অভিযান।