মহানগৰীত জ্যেষ্ঠ ভাতৃৰ দাৰ ঘাপত আহত কনিষ্ঠ ভাতৃ
মহানগৰীত জ্যেষ্ঠ ভাতৃৰ দাৰ ঘাপত আহত কনিষ্ঠ ভাতৃ 
গুৱাহাটী

মহানগৰীত জ্যেষ্ঠ ভাতৃৰ দাৰ ঘাপত আহত কনিষ্ঠ ভাতৃ...

Asomiya Pratidin
  • মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা।

  • জ্যেষ্ঠ ভাতৃয়ে হত্যাৰ চেষ্টা কৰিলে কনিষ্ঠ ভাতৃক।

  • জ্যেষ্ঠ ভাতৃৰ দাৰ ঘাপত আহত কনিষ্ঠ ভাতৃ।

  • আক্ৰমণ কৰা জ্যেষ্ঠ ভাতৃজনৰ নাম কমল।

  • মহানগৰীৰ বৰাগাঁৱত সংঘটিত হৈছে এই ঘটনা।

  • আহত কৰ্ণ নামৰ যুৱকজনক হাস্পতালত ভৰ্তি।

  • পাৰিবাৰিক সংঘতাৰ বাবেই এই ঘটনা।