গুৱাহাটী

গুৱাহাটী ৰে’ল ষ্টেচনত পুনৰ সোণ জব্দ

Asomiya Pratidin
  • গুৱাহাটী ৰে’ল ষ্টেচনত পুনৰ সোণ জব্দ

  • GRPৰ অভিযানত জব্দ ৩২০ গ্রাম সোণ

  • আৰক্ষীয়ে আটক কৰে চম্পট ৰাও নামৰ এজনক

  • আগৰতলাৰ পৰা দিল্লী লৈ গৈ থকা সময়তে জব্দ সোণখিনি

  • জব্দকৃত সোণখিনিৰ মূল্য প্রায় ২০ লাখ টকা।