গুৱাহাটী

কামাখ্যা মন্দিৰ চৌহদৰ VIP পাৰ্কিঙৰ সমীপত অগ্নিকাণ্ড

Asomiya Pratidin
  • কামাখ্যা মন্দিৰ চৌহদত অগ্নিকাণ্ড

  • মন্দিৰ চৌহদৰ VIP পাৰ্কিঙৰ সমীপত অগ্নিকাণ্ড

  • অগ্নিকাণ্ডৰ ফলত কেইবাখনো ব্যৱসায়িক প্রতিষ্ঠান ভস্মীভূত

  • অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।