গুৱাহাটী

মহানগৰীৰ জু-ৰোডত আবকাৰী বিভাগৰ অভিযান

Asomiya Pratidin
  • মহানগৰীৰ জু-ৰোডৰ জোনালীত আবকাৰী বিভাগৰ অভিযান

  • KORI'S নামৰ ৰেষ্টুৰেণ্টত তালাচী অভিযান আবকাৰী বিভাগৰ

  • অভিযানত ৰেষ্টুৰেণ্টখনৰ পৰা কোৰিয়ান সুৰাৰ ৩০টা কাৰ্টন উদ্ধাৰ

  • আবকাৰী বিভাগৰ অধীক্ষক মানৱী দাসৰ নেতৃত্বত চলিছিল অভিযান

  • জানিব পৰা মতে বাৰৰ অনুজ্ঞাপত্র নোহোৱাকৈ সুৰা বিক্রী কৰি আছিল ।