গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ মহিলাৰ মৃতদেহ...
গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ মহিলাৰ মৃতদেহ... 
গুৱাহাটী

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা : তীব্রবেগী ডাম্পাৰে মহটিয়ালে পূজাৰ মূল তোৰণ

Asomiya Pratidin
  • মহানগৰীৰ বেলতলাত পথ দুৰ্ঘটনা।

  • তীব্রবেগী ডাম্পাৰে মহটিয়াই নিলে পূজাৰ মূল তোৰণ।

  • বেলতলা লক্ষ্মী মন্দিৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ আছিল তোৰণখন।

  • ৪দিন পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হৈছিল তোৰণখনৰ।

  • তোৰণৰ লগতে পদপথৰ ২খন দোকানো মহটিয়াই নিলে ডাম্পাৰখনে।

  • দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰ চালকৰ পলায়ন।