উদ্ধাৰ এটি মৃতদেহ
উদ্ধাৰ এটি মৃতদেহ  
গুৱাহাটী

মহানগৰীত উদ্ধাৰ এটি অচিনাক্ত মৃতদেহ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ

  • পুনৰ মহানগৰীত উদ্ধাৰ হৈছে এটি মৃতদেহ ৷

  • বশিষ্ঠৰ লতাকটাত উদ্ধাৰ মৃতদেহটো ৷

  • বশিষ্ঠ নদীত উদ্ধাৰ মৃতদেহটো ৷

  • মৃতদেহটো বৰ্তমানলৈ চিনাক্ত হোৱা নাই ৷

  • ইতিমধ্যই ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী ৷