কামাখ্যা ৰে’ল জংচনৰ পৰা আটক 
বাংলাদেশী নাগৰিক...
কামাখ্যা ৰে’ল জংচনৰ পৰা আটক বাংলাদেশী নাগৰিক... 
গুৱাহাটী

কামাখ্যা ৰে’ল জংচনৰ পৰা আটক বাংলাদেশী নাগৰিক...

Asomiya Pratidin
  • ৰাজ্যত পুনৰ আটক হৈছে বাংলাদেশী নাগৰিক।

  • কামাখ্যা ৰে’ল জংচনৰ পৰা আটক কৰা হৈছে বাংলাদেশী নাগৰিকক।

  • আটকাধীন বাংলাদেশী নাগৰিকজনৰ বিৰুদ্ধে ভুৱা নথি-পত্ৰৰে ভাৰতত প্ৰৱেশৰ অভিযোগ।

  • ব্রহ্মপুত্র মেইলত অভিযান চলাই আটক কৰে GRP-RPFএ।

  • ধৃত লোকজনৰ নাম কাচিম আহমেদ