যোৰাবাট আৰক্ষী চকীৰ ASI মতেলব আলীক ৰিজাৰ্ভ ক্ল'জ...
যোৰাবাট আৰক্ষী চকীৰ ASI মতেলব আলীক ৰিজাৰ্ভ ক্ল'জ... 
গুৱাহাটী

যোৰাবাট আৰক্ষী চকীৰ ASI মতেলব আলীক ৰিজাৰ্ভ ক্ল'জ...

Asomiya Pratidin
  • মহানগৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ জৰুৰী নিৰ্দেশনা।

  • যোৰাবাট আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা।

  • যোৰাবাট আৰক্ষী চকীৰ এ এছ আই মতলেব আলীক ৰিজাৰ্ভ ক্ল'জ।

  • মহানগৰ আৰক্ষীৰ বিভাগীয় তদন্তৰ আওতাত বিষয়াগৰাকী।

  • গৰু সৰবৰাহ চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগ মতলেব আলীৰ বিৰুদ্ধে।

  • ইয়াৰোপৰি আছে কৰ্তব্যত গাফিলতিৰো অভিযোগ।