অংকিতা দত্তৰ গোচৰৰ বিৰুদ্ধে গুৱাহাটী হাই ক'ৰ্টৰ কাষ চাপিছে শ্ৰীনিৱাস...
অংকিতা দত্তৰ গোচৰৰ বিৰুদ্ধে গুৱাহাটী হাই ক'ৰ্টৰ কাষ চাপিছে শ্ৰীনিৱাস... 
গুৱাহাটী

অংকিতা দত্তৰ গোচৰৰ বিৰুদ্ধে গুৱাহাটী হাই ক'ৰ্টৰ কাষ চাপিছে শ্ৰীনিৱাস...

Asomiya Pratidin
  • গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে যুৱ কংগ্ৰেছৰ সভাপতি বি ভি শ্ৰী নিবাস।

  • অংকিতা দত্তই দিয়া গোচৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে কংগ্ৰেছ নেতাগৰাকী।

  • অংকিতা দত্তই দিয়া গোচৰটো খাৰিজ কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন শ্ৰীনিবাসৰ ।

  • আজি উচ্চ ন্যায়ালয়ত আছে এই গোচৰটোৰ শুনানি।

  • শ্ৰী নিৱাসৰ হৈ ন্যায়াধীশ অজিত বৰঠাকুৰৰ আদালতত এই আবেদন জনায় অধিবক্তা কে এন চৌধুৰীয়ে ।

  • আদালতত চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰিব অধিবক্তা মাখন ফুকনে ।