/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/466f201e-fd30-4285-8d0d-998afa772396/narengi_accident.jpg)
-
নাৰেংগীৰ সমীপত পথ দুৰ্ঘটনা
-
ৰাজপথৰ পৰা গৈ কাষৰ নলাত সোমাল এখন মেজিক
-
মেজিক খনৰ নম্বৰ AS 01 PC 1970
-
সৌভাগ্যক্ৰমে মেজিক খনত নাছিল কোনো যাত্ৰী
-
গুৰুতৰভাৱে আহত হৈছে মেজিক খনৰ চালক গৰাকী
-
ব্ৰেক ফেইল হোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ
-
সেই স্থানত পদপথত ৰৈ থকা ভালেকেইজন লোক কথমপি ৰক্ষা পৰে
-
দুৰ্ঘটনাস্থলীত যান-বাহন শাখাৰ আৰক্ষী উপস্থিত হৈ বুজ লয় পথ দুৰ্ঘটনাৰ
Also Read: গণেশ মন্দিৰ পথৰ ৰাধালয়ত শোকৰ বন্যা : নিউ গুৱাহাটীৰ উদ্যমী ব্যৱসায়ী অঞ্জন দাসৰ আকস্মিক মৃত্যু...