গুৱাহাটী

নিশা মহানগৰীৰ জালুকবাৰীত পথ দুৰ্ঘটনা

Asomiya Pratidin
  • নিশা মহানগৰীৰ জালুকবাৰীত পথ দুৰ্ঘটনা

  • নিয়ন্ত্রণ হেৰুৱাই ৰাষ্ট্রীয় ঘাইপথৰ ডিভাইদাৰত খুন্দা ট্রাকৰ

  • আমিনগাঁৱৰ পৰা জালুকবাৰী অভিমুখী আছিল বাহনখন

  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ট্রাকখনৰ চালক-হেণ্ডিমেন

  • কেইবাঘণ্টা ধৰি ট্রাকৰ ভিতৰতে আৱদ্ধ আছিল দুয়োজন

  • জালুকবাৰী যান-বাহন আৰক্ষী, ৰাইজে উদ্ধাৰ কৰে দুয়োজনকে

  • সংকটজনক অৱস্থাত দুয়োজনকে চিকিৎসালয়লৈ প্রেৰণ