আমিনগাঁৱত দুৰ্ঘটনাঃ ৰাজপথতে জ্বলিল ট্ৰাক আৰু ডাম্পাৰ...
আমিনগাঁৱত দুৰ্ঘটনাঃ ৰাজপথতে জ্বলিল ট্ৰাক আৰু ডাম্পাৰ... 
গুৱাহাটী

আমিনগাঁৱত দুৰ্ঘটনাঃ ৰাজপথতে জ্বলিল ট্ৰাক আৰু ডাম্পাৰ...

Asomiya Pratidin
  • মহানগৰীৰ আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • ৩১নং ৰাষ্ট্রীয় ঘাইপথত ট্রাক আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ।

  • সংঘৰ্ষৰ পিছতেই দাউদাউকৈ জ্বলি উঠে দুয়োখন বাহন।

  • অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আৰু আৰক্ষীৰ লোক উপস্থিত ঘটনাস্থলীত।

  • অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।