যোৰাবাটত ৩০ টা চোৰাং গৰুসহ বাহন জব্দঃ ২ জনক আটক...
যোৰাবাটত ৩০ টা চোৰাং গৰুসহ বাহন জব্দঃ ২ জনক আটক... 
গুৱাহাটী

যোৰাবাটত ৩০ টা চোৰাং গৰুসহ বাহন জব্দঃ ২ জনক আটক...

Asomiya Pratidin
  • যোৰাবাট আৰক্ষীৰ চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান।

  • অভিযানত চোৰাং গৰুসহ আটক সৰবৰাহকাৰীক।

  • এখন ট্রাকৰ পৰা উদ্ধাৰ ৩০টাকৈ চোৰাং গৰু।

  • আটক সৰবৰাহকাৰী ছাদ্দাম হুছেইন আৰু আছিক আহমেদ।

  • যোৰহাটৰ পৰা বৰ্ণিহাটলৈ সৰবৰাহ কৰিছিল গৰুকেইটা।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।