dangor kotha
dangor kotha  
শিক্ষা

প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত অভিযুক্তক আদালতত হাজিৰ..

Asomiya Pratidin

ডিজিটেল সংবাদ: প্ৰশ্ন কাকত ফাদিলৰ সৈতে জড়িত ব্যক্তিক লৈ অব্যাহত আছে চি.আই.ডি তদন্ত। ইয়াৰ মাজতে আদালতত হাজিৰ কৰোৱা হৈছে অভিযুক্ত সকলক।

•আজি CJM আদালতত প্রসন্ন দাস, প্রণৱ দত্ত, কুমুদ ৰাজখোৱা

•শুনানিৰ অন্তত তিনিওকে ১০ দিনৰ CIDৰ জিম্মালৈ প্রেৰণ

•আদালতত হাজিৰ কৰোৱা হৈছিল ১৪ বছৰীয়া ছাত্রজনকো

•ছাত্রজনক বকোস্থিত শিশু গৃহলৈ প্রেৰণ আদালতৰ

•আদালতত হাজিৰ কৰোৱা হৈছিল ১০জন অভিযুক্তক

•সেই ১০জনৰ আজি অন্ত পৰিছিল আৰক্ষীৰ জিম্মা

•১০জনক ন্যায়িক জিম্মালৈ প্রেৰণ আদালতৰ