representative photo
representative photo 
অসম

পানবাৰীত ম'বাইল টাৱাৰৰ পৰা পৰি যুৱকৰ মৃত্যু

Asomiya Pratidin
  • ধিঙৰ পানবাৰীত ম'বাইল টাৱাৰৰ পৰা পৰি ২৫ বছৰীয়া যুৱকৰ মৃত্যু

  • ১২০ ফুট ওখ টাৱাৰৰ পৰা পৰি মৃত্যু হয় যুৱকজনৰ

  • জানিব পৰা মতে এয়াৰটেল কম্পেনীৰ টাৱাৰৰ পৰা পৰি মৃত্যু হয় যুৱকজনৰ

  • যুৱকজনৰ নাম বিতু হাজৰিকা

  • বিতু হাজৰিকাৰ ঘৰ নগাঁৱৰ পলাশনীত ।