অসম

কাছাৰত ৬.২০ লাখ য়াবা টেবলেট জব্দ, আটক তিনি মিজো সৰবৰাহকাৰী

Asomiya Pratidin
  • কাছাৰত বুজন পৰিমানৰ নিচা জাতীয় টেবলেট জব্দ৷

  • নিশা ধলাইত জব্দ কৰা হয় টেবলেট ৷

  • মিজোৰামৰ পৰা অহা এখন ট্ৰাকৰ পৰা জব্দ টেবলেট ৷

  • জব্দ ৬ লাখ ৩০ হাজাৰ "য়াবা" টেবলেট ৷

  • ৬২ টা পেকেটত অনা হৈছিল টেবলেট খিনি ৷

  • জব্দ কৰা টেবলটৰ মুল্য কেবা কোটি টকা হব ৷

  • টেবলেটৰ সৈতে তিনি সৰবৰাকাৰীক আটক ৷

  • ধৃত ৩ জন মনিপুৰৰ বাসিন্দা ৷