অসম

বৰমাৰ মহিলা নিৰুদ্দেশ

Asomiya Pratidin
  • বৰমাৰ মহিলা নিৰুদ্দেশ

  • মহিলাগৰাকীৰ নাম জাৰিপাৰা গাঁৱৰ ৰাজু ব্ৰহ্মৰ পত্নী পুদুমী বড়ো

  • যোৱা ৪ এপ্ৰিলত ঘৰৰ পৰা নিৰুদ্দেশ হৈছে মহিলাগৰাকী

  • এই সংক্ৰান্তত বৰমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল স্বামী ৰাজু ব্ৰহ্মই

  • কোনো লোকে সন্ধান পালে 7002422793 নাইবা 8721088314 নম্বৰত খবৰ দিবলৈ আহ্বান।