প্ৰতীকি ফটো
প্ৰতীকি ফটো 
অসম

বজ্ৰ পৰি থিতাতে নিহত মহিলা

Asomiya Pratidin
  • মাজবাটত শোকাৱহ ঘটনা ।

  • বজ্ৰ পৰি থিতাতে নিহত মহিলা ।

  • মাজবাটৰ বাহিপুখুৰী চাহ বাগিছাৰ ২৮ নম্বৰ লাইনৰ বাগিছাত সংঘটিত হয় এই ঘটনাটো।

  • মৃত মহিলাগৰাকীৰ নাম ৰাইছমনা নায়ক(৫০) বুলি জানিব পৰা গৈছে ।

  • সন্ধিয়া প্ৰায় ৬-০০ বাগিচাত কাম কৰি ঘৰলৈ অহাৰ সময়তে বজ্ৰ পৰে।