অসম

হাতীৰ আক্ৰমণৰ বলি হ'ল কৃষক

Asomiya Pratidin
  • ডিমৌৰ দিহিং বনাঞ্চলত সংঘটিত হৈছে এক অঘটন।

  • বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে এজন লোক।

  • নিহত লোকজন টেতেলীগুৰীৰ চুৰজা মালা(৬৫)।

  • চাপৰিৰ পৰা গধুলি গৰু আনিবলৈ যাওঁতেই হাতীৰ আক্ৰমণৰ বলি হয় কৃষকজন।

  • বৰ্তমানেও চাপৰিতে পৰি আছে লোকজনৰ মৃতদেহটো।