অসম

চতেমাৰীত নিশা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল ভৰ্তি টেম্প’ জব্দ

Asomiya Pratidin
  • মুকালমুৱাৰ চতেমাৰীত নিশা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল ভৰ্তি টেম্প’ জব্দ

  • চাউলসহ টেম্প’খন আবদ্ধ কৰি ৰাইজে গতাই দিয়ে আৰক্ষীক

  • জব্দ কৰা টেম্প’খনৰ নম্বৰ AS-25 DC 2751

  • টেম্প’খনত আছিল ১৫ বস্তা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল