অসম

নুমলীগড় চাহ বাগিছাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

Asomiya Pratidin
  • বোকাখাতৰ নুমলীগড় চাহ বাগিছাত চাঞ্চল্য।

  • চাহ বাগিছাখনৰ ২৪ নং চেকচনত অচিনাক্ত মৃতদেহ উদ্ধাৰ।

  • অচিনাক্ত মৃতদেহটো নীলা ৰঙৰ জিন্স পেন্ট পৰিহিত পুৰুষৰ।

  • ঘাঁহ কাটিবলৈ যোৱা লোকে প্ৰত্যক্ষ কৰে অচিনাক্ত মৃতদেহটো।