ডুমডুমা চাহ বাগিচাত অঘটনঃ পুনৰ কল ঘৰৰ মেচিনত সোমাল শ্ৰমিক...
ডুমডুমা চাহ বাগিচাত অঘটনঃ পুনৰ কল ঘৰৰ মেচিনত সোমাল শ্ৰমিক... 
তিনিচুকীয়া

ডুমডুমা চাহ বাগিচাত অঘটনঃ পুনৰ কল ঘৰৰ মেচিনত সোমাল শ্ৰমিক...

Asomiya Pratidin
  • পুনৰ চাহ বাগিচাত অঘটন।

  • এইবাৰ তিনচুকীয়াৰ ডুমডুমা চাহ বাগিচাত সংঘটিত হৈছে এই অঘটন।

  • কৰ্মৰত অৱস্থাত মেচিনত সোমাল এজন শ্রমিক।

  • কলঘৰৰ CTC মেচিনত সোমাই আহত চম্ভু তাঁতী নামৰ শ্ৰমিকজন।

  • শ্রমিকজনক সংকটজনক অৱস্থাত ডিব্রুগড়লৈ প্রেৰণ।