মাকুম পথাৰত বলেৰ'ৰ খুন্দাত মহিলা নিহত...
মাকুম পথাৰত বলেৰ'ৰ খুন্দাত মহিলা নিহত... 
তিনিচুকীয়া

মাকুম পথাৰত বলেৰ'ৰ খুন্দাত মহিলা নিহত...

Asomiya Pratidin
  • মাৰ্ঘেৰিটাৰ মাকুমত ভংয়কৰ দুৰ্ঘটনা।

  • দুৰ্ঘটনাত নিহত এগৰাকী মহিলা।

  • পুৱাই সংঘটিত হৈছে এই ঘটনা।

  • এখন বলেৰ' বাহনে খুন্দা মাৰে মহিলাগৰাকীক।

  • পুৱা প্ৰাতঃ ভ্ৰমণত চাইকেল গৈছিল মহিলাগৰাকী।

  • নিহত মহিলাগৰাকী বন্তি চিংফৌ চিৰিং।

  • চিংফৌ চিৰিংৰ ঘৰ মকুম পথাৰৰ জয়া নগৰত।