- গোৱালপাৰাৰ শালবাৰীত কৰণ ঘটনা।
- শালবাৰীৰ দ্বিতীয় খণ্ডত বন্য হস্তীৰ আক্ৰমণ।
- বন্যহস্তীৰ আক্ৰমণত নিহত একেটা পৰিয়ালৰ তিনিজন।
- তিনিওজনৰে বন্যহস্তীৰ গচকত মৃত্যু।
- নিহতসকল ক্ৰমে মমিন আলী, জহুৰা বিবি আৰু জৰিমন বিবি।
- ইয়াৰে জহুৰা বিবি মমিন আলীৰ পত্নী আৰু জৰিমন বিবি কন্যা।
- ইয়াক উপৰিও অঞ্চলটোত হাতীয়ে ভাঙিলে ১০ টাকৈ বাসগৃহ।