অসম

চামগুৰিৰ বাজিয়াগাঁও কলংপাৰ প্রাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

Asomiya Pratidin
  • চামগুৰিৰ বাজিয়াগাঁও কলংপাৰ প্রাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

  • বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিক আক্রমণ

  • পৰিচালনা সমিতিৰ সভাপতি মান্নাছ আলীক আক্রমণ

  • বিদ্যালয়খনত পাঠদান চলি থকাৰ সময়তে এই ঘটনা

  • তিনিজন লোকৰ বিৰুদ্ধে সভাপতিগৰাকীক আক্রমণৰ অভিযোগ

  • অভিযোগ কাচেম আলী, ৰিজাবুল আৰু বকুলৰ বিৰুদ্ধে

  • চামগুৰি থানাত গোচৰ ৰুজু ভুক্তভোগী মান্নাছ আলীৰ