অসম

কন্ঠশিল্পী তৰুলতা দাসৰ পৰলোকপ্ৰাপ্তি

Asomiya Pratidin
  • কন্ঠশিল্পী তৰুলতা দাসৰ মৃত্যু।

  • বৃহস্পতিবাৰে সন্ধিয়া ৮-২০ বজাত পৰলোকপ্ৰাপ্তি।

  • অসমীয়া কথাছবি "নৰকাসুৰ"কন্ঠশিল্পী আছিল তৰুলতা দাস।

  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ।

  • তেওঁৰ জন্ম হৈছিল ১৯৩৫ চনত।