অসম

বেংতল আৰক্ষীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াক নিলম্বন

Asomiya Pratidin
  • চিৰাঙৰ বেংতল আৰক্ষীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াক নিলম্বন

  • নিলম্বিত আৰক্ষী বিষয়াগৰাকীৰ নাম আফজাল হুছেইন

  • নিৰ্যাতিত মহিলাৰ পৰিৱৰ্তে আচামীৰ পক্ষ লোৱাৰ অভিযোগ

  • এগৰাকী মহিলাই দাখিল কৰিছিল শ্লীলতা হানিৰ গোচৰ

  • দলবদ্ধ নিৰ্যাতনৰ বলি হৈছিল মহিলাগৰাকী।