অসম

হাজোৰ কেদাৰ মন্দিৰত অঘটন

Asomiya Pratidin
  • হাজোৰ কেদাৰ মন্দিৰত অঘটন

  • শিৱ কুণ্ডৰ পুখুৰীত মাছ, ৰাজহাঁহৰ অস্বাভাৱিক মৃত্যু

  • পুখুৰীৰ পানীত বিষক্রিয়া ঘটাৰ সন্দেহ মন্দিৰ কৰ্তৃপক্ষৰ

  • জানিবলৈ দিয়া অমনুসৰি, ইতিমধ্যে সংগ্রহ কৰা হৈছে পুখুৰীৰ পানীৰ নমুনা।