/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
বাক্সাত দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে ই-ৰিক্সা road accident
-
শুৱালকুছিৰ নিকটৱৰ্তী বংশৰত পথ দুৰ্ঘটনা।
-
থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত এজন।
-
তীব্র বেগী স্কুটী আৰোহীয়ে খুন্দা মাৰে বিদ্যুতৰ খুঁটাত।
-
থিতাতে নিহত মুকালমুৱাৰ গোবিন্দ তালুকদাৰ নামৰ লোকজন।
-
গুৰুতৰভাৱে আহত শুৱালকুছি বৈকুণ্ঠপুৰৰ অমৃত কলিতা।
-
গুৰুতৰভাৱে আহত লোকজনক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্রেৰণ।