APSC কেলেংকাৰীঃ
APSC কেলেংকাৰীঃ 
অসম

APSC ৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান

Asomiya Pratidin
  • APSC ৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান।

  • মঙলবাৰ হঠাতে এছআইটিৰ এটা দলে চলাই অভিযান।

  • অভিযানত জব্দ বহু নথি-পত্ৰ।

  • কি কাৰণে এই অভিযান চলালে এতিয়ালৈকে জানিব পৰা হোৱা নাই।

  • উল্লেখ্য যে, এপিএছচি কেলেংকাৰীৰ তদন্তৰ বাবে আজি এটা দল উপস্থিত হৈছিল অসম লোকসেৱা আয়োগৰ মুখ্য কাৰ্যালয়ত।