অসম

'অসমীয়া প্ৰতিদিন'ৰ বাতৰি সঁচা প্ৰমাণিত, আটক গুৱাহাটীত সোণাগাচি খোলা জানমণি দাস আৰু সহযোগী...

Asomiya Pratidin

ডিজিটেল ডেস্ক: গুৱাহাটী বিউটি পাৰ্লাৰৰ স্পাত অবৈধ নাৰী দেহ ব্যৱসায় চলোৱা সন্দৰ্ভত 'অসমীয়া প্ৰতিদিন ডিজিটেল'ত প্ৰকাশিত হৈছিল এলানি ধাৰাবাহিক প্ৰতিবেদন। তাৰ পাছতে মহানগৰী ক্ৰাইম ব্ৰাঞ্চে চলালে অভিযান।

কেইবাখনো স্পাত অভিযান চলাই এই কাণ্ডৰ অন্যতম মাষ্টাৰ মাইণ্ড জোনমণি দাস আৰু তেওঁৰ একাংশ সহযোগীক আটক কৰে আৰক্ষীয়ে।

স্পা কেইখনৰ পৰা উদ্ধাৰ বহু আপত্তিজনক সামগ্ৰী। জোনমণি দাসৰ বিৰুদ্ধে উত্থাপন হৈ আছিল নাৰী দেহৰ ব্যৱসায় চলোৱা অভিযোগ। মহানগৰীৰ আন কেইবাখনো স্পাত চলাব অভিযান।

আৰু পঢ়ক: ভাল খবৰ! ১ লাখতকৈ অধিক মূল্যত বিক্ৰী অসমৰ গ’ল্ডেন পাৰ্ল টি