শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক বদলি...
শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক বদলি... 
শোণিতপুৰ

শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক বদলি...

Asomiya Pratidin
  • শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বদলি।

  • জিলাখনৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত আছিল সুশান্ত বিশ্ব শৰ্মা।

  • দেশৰ নিৰ্বাচন আয়োগৰ এই নিৰ্দেশনা।

  • সুশান্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনিষ্ঠ ভাতৃ।

  • জিলাখনৰ নতুন আৰক্ষী অধীক্ষক বীৰ ৰাকেশ ৰেড্ডী।

  • পক্ষপাতমুক্ত আৰু স্বচ্ছ, নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে এই সিদ্ধান্ত।

  • সুশান্ত বিশ্ব শৰ্মাক আৰক্ষী মুখ্য কাৰ্যালয়লৈ বদলি।