তেজপুৰ চিভিলৰ কাষত ভয়ংকৰ অগ্নিকাণ্ডঃ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ
তেজপুৰ চিভিলৰ কাষত ভয়ংকৰ অগ্নিকাণ্ডঃ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ 
শোণিতপুৰ

তেজপুৰ চিভিলৰ কাষত ভয়ংকৰ অগ্নিকাণ্ডঃ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ

Asomiya Pratidin
  • তেজপুৰ চহৰত ভয়ংকৰ অগ্নিকাণ্ড।

  • চহৰখনৰ মাজত থকা কনকলতা অসামৰিক চিকিৎসালয়ৰ কাষত এই অগ্নিকাণ্ড।

  • এই অগ্নিকাণ্ডই বিপদ মাতিছে চিকিৎসালয়খনলৈও।

  • অগ্নিকাণ্ডৰ ফলত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ।

  • এই পৰ্যন্ত জানিব পৰা নাই অগ্নিকাণ্ডৰ কাৰণ, জুইৰ উৎস।